মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

অৱলোকন

অসম বিধান সভাই অনুমোদন জনোৱা অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ আইন,১৯৫৫ৰ আধাৰত গঠন কৰা অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড এক আইনসংগত সংস্থা। ১৯৫৩ চনত এই বোৰ্ডৰ শুভাৰম্ভণী ঘটোৱা হৈছিল।

স্থাপন– ১৯৫৩ চন।

উদ্দেশ্য - খাদী আৰু গ্ৰামোদ্যোগৰ পৰিকল্পনা উত্তৰণ, সংগঠন তথা স্থাপন আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা।

মুখ্য কাৰ্যালয়– গুৱাহাটী।

বোৰ্ডৰ মুৰব্বী– ড০ কমলাকান্ত কলিতা, অধ্যক্ষ

কাৰ্যবাহী মুৰব্বী– শ্ৰীমতী কবিতা ডেকা, এ.চি.এছ. মখ্য কাৰ্যবাহী বিষয়া

মাতৃ বিভাগ– হস্ততাঁত, বস্ত্ৰশিল্প তথা ৰেচম বিভাগ, অসম চৰকাৰ

প্ৰকাৰ– বিধিসংগত বোৰ্ড

সংক্ষিপ্তকৰণ– এ.কে.ভি.আই.বি. অথবা অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড।