মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

কৰ্ম তালিকা আৰু দায়িত্বসমূহ

ক্ৰমিক নংবিষয়াৰ নামকৰ্ম/পদবীদায়িত্ব

মহম্মদ আব্দুল চাণ্ডাৰ ভূঞা

গাণনিক বিষয়া (প্ৰাককলন)

প্ৰাককলনৰ প্ৰস্তুতি তথা প্ৰাককলনৰ প্ৰস্তাৱ

ৰাজ্য চৰকাৰ আৰু খাদী আৰু গ্ৰামোদ্যোগ পৰিষদ চমুকৈ কে.ভি.আই.চি.ক প্ৰাককলনৰ প্ৰস্তাৱ দাখিল

শ্ৰী জগদীশ ভাণ্ডাৰ কায়স্থ

গাণনিক বিষয়া (বিল)

দেনা বিলৰ প্ৰস্তুতি, আদায় দিবলগীয়া অন্যান্য সকলো বিষয় আৰু চৰকাৰ আৰু কে.ভি.আই.চি.ক দিবলগীয়া ব্যৱহাৰিক প্ৰমাণপত্ৰৰ প্ৰস্তুতি

শ্ৰী চিত্তৰঞ্জন বৰা,

বিপণন বিষয়া (ভাৰপ্ৰাপ্ত)

বিপণন বিষয়া

বিপণন সম্পৰ্কীয় কাম-কাজ, কে.জি.বিৰ বিক্ৰী সম্পৰ্কীয় কাম-কাজ, বোৰ্ডৰ জৰিয়তে বাৰ্ষিক বিক্ৰী-লক্ষ্য নিৰ্দ্ধাৰণ, ৰাজ্য চৰকাৰ আৰু কে.ভি.আই.চি.ক দাখিল কৰিবলগীয়া আঁচনি আদিৰ প্ৰস্তুতি আৰু দাখিলৰ দায়িত্ব

শ্ৰী অনুপ কুমাৰ চেতিয়া

কাৰ্যবাহী বিষয়া (কৰ্মচাৰী)

প্ৰতিষ্ঠানৰ কৰ্মচাৰী সম্পৰ্কীয় সমুদায় কাম-কাজ, বিধান সভাত উত্থাপিত প্ৰশ্ন আদিৰ উত্তৰ যুগুতোৱাৰ দায়িত্ব

শ্ৰী সত্যৰঞ্জন ঘোষ

খাদী (ভাৰপ্ৰাপ্ত)

খাদী উত্পাদন, খাদী সামগ্ৰীৰ মান নিয়ন্ত্ৰণ, খাদী উত্পাদন কেন্দ্ৰসমূহৰ বাবে বাৰ্ষিক উত্পাদন লক্ষ্য নিৰ্দ্ধাৰণ, কে.ভি.আই.চি.ৰে যোগাযোগ, কে.ভি.আই.চি. আৰু খাদীৰে জড়িত সংশ্লিষ্ট পক্ষসমূহৰ ওচৰত বাৰ্ষিক প্ৰতিবেদন দাখিল

শ্ৰী লংকেশ্বৰ বড়ো

অতিৰিক্ত কাৰ্যবাহী বিষয়া

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিচৰা তথ্যৰ উত্তৰ দান, গ্ৰামোদ্যোগ সম্পৰ্কীয় সমুদায় বিষয়ৰ লগতে প্ৰধানমন্ত্ৰী নিয়োগ নিশ্চিতকৰণ কাৰ্যক্ৰম ৰূপায়ণ আদিৰ দায়িত্ব

শ্ৰী অপূৰ্ব কুমাৰ মহন্ত

অধ্যক্ষ এম.টি.ডি.চি, ৰহা, নগাঁও

ৰহা আৰু নগাঁৱত অৱস্থিত বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ দুটাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ সূচীৰ ৰূপায়ণ আদি

জিলা বিষয়াসকলৰ নাম

জিলা বিষয়া/ ভাৰপ্ৰাপ্ত জিলা বিষয়া

সাধাৰণ প্ৰশাসন, বোৰ্ডৰ আঁচনিসমূহৰ ৰূপায়ণ আৰু তদাৰকী জিলা উপায়ুক্তসকলৰ সৈতে সমন্বয় আদি