মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

খাদী

খাদী অথবা খদ্দৰ হল কপাহৰ পৰা হাতেৰে সূঁতা নেওঠি হাতে বোৱা কাপোৰ। সাধাৰণতে এনে কাপোৰ কপাহী সূঁতাৰে তৈয়াৰ কৰা হয় যদিও সূঁতাও ব্যৱহাৰ কৰা হয়। এনে সূঁতা যঁতৰ বা চখাৰে কটা হয়। এনে কাপোৰ গৰমত শীতল আৰু ঠাণ্ডাত উমাল হোৱা দেখা যায়। দেখনীয়াৰ কৰাৰ বাবে এনে কাপোৰত গাঢ় মাৰ দিয়া হয়। সাম্প্ৰতিক কালত ফেশ্বন জগতে খাদী কাপোৰ বিশেষভাৱে আদৰি লোৱা দেখা গৈছে। অসম চৰকাৰ আৰু অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰডে ৰাজ্যখনত খাদী জনপ্ৰিয়কৰণৰ বিশেষ উদ্যোগ গ্ৰহম কৰাটো প্ৰসঙ্গতে প্ৰণিধানযোগ্য।