ক্ৰমিক নং | বিষয়াৰ নাম | কৰ্ম/পদবী | দায়িত্ব |
---|---|---|---|
১ | মহম্মদ আব্দুল চাণ্ডাৰ ভূঞা | গাণনিক বিষয়া (প্ৰাককলন) | প্ৰাককলনৰ প্ৰস্তুতি তথা প্ৰাককলনৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰ আৰু খাদী আৰু গ্ৰামোদ্যোগ পৰিষদ চমুকৈ কে.ভি.আই.চি.ক প্ৰাককলনৰ প্ৰস্তাৱ দাখিল |
২ | শ্ৰী জগদীশ ভাণ্ডাৰ কায়স্থ | গাণনিক বিষয়া (বিল) | দেনা বিলৰ প্ৰস্তুতি, আদায় দিবলগীয়া অন্যান্য সকলো বিষয় আৰু চৰকাৰ আৰু কে.ভি.আই.চি.ক দিবলগীয়া ব্যৱহাৰিক প্ৰমাণপত্ৰৰ প্ৰস্তুতি |
৩ | শ্ৰী চিত্তৰঞ্জন বৰা, বিপণন বিষয়া (ভাৰপ্ৰাপ্ত) | বিপণন বিষয়া | বিপণন সম্পৰ্কীয় কাম-কাজ, কে.জি.বিৰ বিক্ৰী সম্পৰ্কীয় কাম-কাজ, বোৰ্ডৰ জৰিয়তে বাৰ্ষিক বিক্ৰী-লক্ষ্য নিৰ্দ্ধাৰণ, ৰাজ্য চৰকাৰ আৰু কে.ভি.আই.চি.ক দাখিল কৰিবলগীয়া আঁচনি আদিৰ প্ৰস্তুতি আৰু দাখিলৰ দায়িত্ব |
৪ | শ্ৰী অনুপ কুমাৰ চেতিয়া | কাৰ্যবাহী বিষয়া (কৰ্মচাৰী) | প্ৰতিষ্ঠানৰ কৰ্মচাৰী সম্পৰ্কীয় সমুদায় কাম-কাজ, বিধান সভাত উত্থাপিত প্ৰশ্ন আদিৰ উত্তৰ যুগুতোৱাৰ দায়িত্ব |
৫ | শ্ৰী সত্যৰঞ্জন ঘোষ | খাদী (ভাৰপ্ৰাপ্ত) | খাদী উত্পাদন, খাদী সামগ্ৰীৰ মান নিয়ন্ত্ৰণ, খাদী উত্পাদন কেন্দ্ৰসমূহৰ বাবে বাৰ্ষিক উত্পাদন লক্ষ্য নিৰ্দ্ধাৰণ, কে.ভি.আই.চি.ৰে যোগাযোগ, কে.ভি.আই.চি. আৰু খাদীৰে জড়িত সংশ্লিষ্ট পক্ষসমূহৰ ওচৰত বাৰ্ষিক প্ৰতিবেদন দাখিল |
৬ | শ্ৰী লংকেশ্বৰ বড়ো | অতিৰিক্ত কাৰ্যবাহী বিষয়া | তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিচৰা তথ্যৰ উত্তৰ দান, গ্ৰামোদ্যোগ সম্পৰ্কীয় সমুদায় বিষয়ৰ লগতে প্ৰধানমন্ত্ৰী নিয়োগ নিশ্চিতকৰণ কাৰ্যক্ৰম ৰূপায়ণ আদিৰ দায়িত্ব |
৭ | শ্ৰী অপূৰ্ব কুমাৰ মহন্ত | অধ্যক্ষ এম.টি.ডি.চি, ৰহা, নগাঁও | ৰহা আৰু নগাঁৱত অৱস্থিত বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ দুটাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ সূচীৰ ৰূপায়ণ আদি |
৮ | জিলা বিষয়াসকলৰ নাম | জিলা বিষয়া/ ভাৰপ্ৰাপ্ত জিলা বিষয়া | সাধাৰণ প্ৰশাসন, বোৰ্ডৰ আঁচনিসমূহৰ ৰূপায়ণ আৰু তদাৰকী জিলা উপায়ুক্তসকলৰ সৈতে সমন্বয় আদি |