মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

মুখ্যকাৰ্য্যলয়ৰ লগত যোগাযোগ কৰক

অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ মুখ্য কাৰ্য্যালয় মণিৰাম দেৱান পথ, চান্দমাৰি, গুৱাহাটী- ৩, অসমত অৱস্থিত। কোনো আগ্ৰহী ব্যক্তিয়ে পোনপটীয়াভাৱে মুখ্য কাৰ্য্যালয় বা টেলিফোন বা ই-মেইলৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰে।

কাৰ্য্যালয়ৰ ঠিকনা

অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড
মণিৰাম দেৱান পথ
চানমাৰি, গুৱাহাটী-৭৮১০০৩
ফোন নং – ০৩৬১-২৬৬৪৭৮৯
ফেক্স নং – ০৩৬১-২৬৬৪৭৮৯
ই-মেইল - kvibguwahati55@gmail.com